About Us

LearningPointAssam.com is an Educational Website where you can find all the books and solutions of the Assam Board as well as NCERT books. The previous year’s question papers are also available.

LearningPointAssam.com is a great treasure for all Students. Get here study material for all classes, Board, NCERT, CBSE, Regional language ete.

All books and solutions are available at LearningPointAssam.com. You can read all the Textbooks and Notes/solutions online.

আজিকালি আমি দেখিবলৈ পাইছো যে ছাত্ৰ-ছাত্ৰীসকলে কাগজ-কামতকৈ অধিক ডিজিটেল মাধ্যম ব্যৱহাৰ কৰিছে।  Internet-ত আৰু বহুতো ভাষা উপলব্ধ হোৱাৰ লগতে আন ভাষাৰ তুলনাত আমাৰ অসমীয়া ভাষা অতি সীমিত।  তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ উদ্দেশ্যে আমি এই আমাৰ LearningPointAssam.com Website-টো আপোনালোকৰ আগত উপস্থাপন কৰিছো।

   এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছো যে যদি LearningPointAssam.com Website-টো'ত আমাৰ কিছুমান শব্দ ভুল হয় তেনেহ'লে আমাক জনাব আৰু পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে নিজে শুধৰণি কৰিবলৈ চেষ্টা কৰিব ।  আশাকৰোঁ সকলোৱে আমাৰ LearningPointAssam.com Website-টো আঁকোৱালী লব।



....::Thank You::....