Follow Us:

আশা আৰু সান্ত্বনাৰ কথা (দেৱব্ৰত দাস) | Chapter — 4, Part - IV | BA 3rd Sem Assamese Major Question and Answer Gauhati University

LearningPointAssam.com

BA 3rd Sem Assamese Major Solutions provided here as per Gauhati University. গৌহাটী বিশ্ববিদ্যালয় অনুসৰি  দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা পাঠটো অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ GU BA 3rd Semester Assamese Major Question Answer তালিকাৰ পৰা লোৱা হৈছে । আমি সকলো সমাধান Gauhati University Syllabus অনুসৰি প্রদান কৰোঁ । গতিকে, দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত প্ৰদান কৰা হৈছে যি আপোনাক পৰীক্ষাত সহায় কৰিব।

আশা আৰু সান্ত্বনাৰ কথা BA 3rd Sem Assamese Major Question and Answer

Gauhati University Answer Bank for BA 3rd Year Assamese (ASM-HC-3016) অসমীয়া সাহিত্য প্রৱেশ 3rd Semester Guide is provided here. আশা আৰু সান্ত্বনাৰ কথা B.A 3rd Semester সলকলো প্রশ্ন আৰু উত্তৰৰ ধাৰনাবোৰ ভালদৰে বুজিৱ আৰু University Board Exam-ত ভাল নম্বৰ প্রাপ্ত কৰিৱ । যিসকলে GU TDC 3rd Semester Assamese Major অসমীয়া সাহিত্য প্রৱেশ — Model Solutions, আশা আৰু সান্ত্বনাৰ কথা (দেৱব্ৰত দাস) প্রশ্ন উত্তৰ বিচাৰি আছে তেওঁলোকে তলত দিয়া প্রশ্নসমূহ পঢ়িব, লিখিব পৰে ।


Chapter — 4 Part - IV

দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা  — ALL Important Question & Answers

 

GU BA 3rd Sem Assamese ASM-HC-3016 Questions & Answer :



CONTENTS

দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা
Model Question and Answer key


 

প্ৰশ্নাৱলীঃ

দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা প্রশ্ন উত্তৰ Gauhati University BA 3rd Semester Assamese Major Question and Answer is here....

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 1/2/3/5

Q. 1 | দেবব্ৰত দাসৰ গদ্যশিল্পই সমাজৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে ?

উত্তৰঃ দেবব্ৰত দাসৰ গদ্য শিল্পই তীক্ষ্ণ ব্যংগাত্মক ভাষাৰে আধুনিক বিছিন্ন তামুখী সমাজখনৰ মুখা খুলি মানুহৰ বিবেকবোধ জাগ্রত কৰাৰ প্ৰয়াস কৰিছে ।

Q. 2 | দেবব্ৰত দাসৰ প্ৰথমখন গল্পপুথি কি ?

উত্তৰঃ দেবব্রত দাসৰ প্ৰথমখন গল্পপুথি হ’ল — অৰ্পিতাৰ এৰাতি ।

Q. 3 | ‘সাদিন’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ?

উত্তৰঃ ‘ সাদিন ’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল— অজিত কুমাৰ ভূঞা ৷


Q. 4 | হিয়াৰ পখিলা প্ৰকাশৰ সময়ত সাতসৰী সম্পাদক কোন আছিল ?


উত্তৰঃ হিয়াৰ পখিলা প্ৰকাশৰ সময়ত সাতসৰী সম্পাদক আছিল — হেমেন বৰগোহাঁঞি ৷


Q. 5 | হিয়াৰ পখিলাবোৰ ৰচনাখনিত কিমানখন ৰচনা সন্নিৱিষ্ট হৈ আছে ?

উত্তৰঃ ১৫১ খন ।

Q. 6 | আশা আৰু সান্ত্বনাৰ কথাত সন্নিবিষ্ট বিখ্যাত বাংলা সাহিত্যিক গৰাকী কোন ?

উত্তৰঃ সুনীল গঙ্গোপধ্যায় ।

Q. 7 | লিখকে ঘৈণীয়েকক উপহাৰ দিবলৈ অনা গছপুলি দুটা কিহৰ আছিল ?

উত্তৰঃ ঈষৎ হালধীয়া আৰু কমলা ৰঙৰ গোলাপৰ পলি ।

Q. 8 | দেবব্রত দাস কোন সময়ৰ গদ্যশিল্পী ?

উত্তৰঃ সাম্প্ৰতিক কালৰ ৷

Q. 9 | 'অর্পিতাৰ এৰাতি নামৰ গল্প পুথিখ কেতিয়া ক'ত প্ৰকাশ হৈছিল ?

উত্তৰঃ ১৯৮৬ চন মণি - মাণিক প্রকাশনে দেবব্রত দাসৰ অৰ্পিতাৰ এৰাতি নামৰ প্ৰথমখন গল্প পুথি প্ৰকাশ কৰি উলিয়াই ।

Q. 10 | কেতিয়া কোনখন পুথিৰ বাবে দেবব্রত দাসে সাহিত্য একডেমী তথা কোৰিয়া চৰকাৰে ‘টেগৰ সাহিত্য বঁটা’ প্ৰদান কৰে ?


উত্তৰঃ ২০১০ চনত দেবব্ৰত দাসক তেওঁৰ নিৰ্বচিত গল্প পুথিৰ বাবে সাহিত্য একাডেমী তথা কোৰিয়া চৰকাৰে ‘টেগৰ সাহিত্য বঁটা’ প্ৰদান কৰে ।

Q. 11 | ‘হিয়াৰ পখিলাৰ’ তৃতীয় খণ্ডত সন্নিৱিষ্ট ‘আশা আৰু সান্তনাৰ কথা’ খণ্ডটিত সমসাময়িক সমাজখনৰ সুন্দৰ ছবি কেনেদৰে প্ৰতিফলিত হৈছে ? বুজাই লিখা ।

উত্তৰঃ ‘হিয়াৰ পখিলাবোৰ’ৰ তৃতীয় খণ্ডত সন্নিৱিষ্ট এখন ৰখ্য ৰচনা হ’ল আশা আৰু সান্ত্বনাৰ কথা । আশা আৰু সান্ত্বনাৰ কথা ৰচনাখনত লেখকৰ জীৱনীত ঘটা চাৰিটা সৰু ঘটনা বর্ণনা কৰা হৈছে । এই ঘটনা কেইটাত সমসাময়িক সমাজখনৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে । ৰচনাটিত মানুহৰ সহজাত প্রবৃত্তি আশা আৰু সান্ত্বনাৰ স্পষ্ট প্রতিফলন দেখা গৈছে । মানুহ সদায় আশাত বন্দী । আশাৰ জৰিয়তে মানুহে জীয়াই থকাৰ প্ৰেৰনা লাভ কৰে । সমাজৰ জটিল সমস্যাবোৰৰ মাজত আশাবোৰ নিৰাশালৈ পৰিবৰ্তিত হ’লেও মানুহে নিজৰ মনত সান্ত্বনা দি পাহৰি থাকিব বিচাৰে ।





Tags :

  • আশা আৰু সান্ত্বনাৰ কথা
  • BA 3rd Sem Assamese Major Questions and Answers Gauhati University
  • B.A 3rd Semester Assamese Question Answer [Major & Generic] Gauhati University 
  • BA 3rd Sem Assamese Major Notes
  • GU TDC 3rd Semester Assamese Major Model Solution
  • দেৱব্ৰত দাসঃ আশা আৰু সান্ত্বনাৰ কথা BA 3rd Semester Assamese Major Notes
  • GU BA 3rd Semester Assamese Major Question Answer