Follow Us:

শৰৎ বৰ্ণনা কবিতা প্ৰশ্ন উত্তৰ | BA 3rd Sem Assamese Major Question Answer Gauhati University | অসমীয়া কবিতাৰ চানেকি 3rd Semester

LearningPointAssam.com

শৰৎ বৰ্ণনা কবিতা প্ৰশ্ন উত্তৰ | BA 3rd Sem Assamese Major Questions and Answers Gauhati University অসমীয়া কবিতাৰ চানেকি pdf Notes তলত দিয়া হৈছে । 3rd Semester asomiya kobitar chaneki Solution, শৰৎ বৰ্ণনা কবিতা pdf পাঠটোৰ অতি চমু, চমু, সংক্ষিপ্ত আৰু ৰচনাধৰ্মী প্ৰশ্ন আৰু উত্তৰ সমূহ GU BA 3rd Semester Assamese Major Question Answer ৰ তালিকাত দিয়া হৈছে । আমি সকলো সমাধান Gauhati University অনুসৰি প্রদান কৰোঁ, শৰৎ বৰ্ণনা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ইয়াত প্ৰদান কৰা হৈছে যি আপোনাক পৰীক্ষাত সহায় কৰিব।

শৰৎ বৰ্ণনা কবিতা প্ৰশ্ন উত্তৰ BA 3rd Sem Assamese Major Question Answer Gauhati University

Gauhati University Answer Bank for BA 3rd Year Assamese (ASM-HC-3026) অসমীয়া কবিতাৰ চানেকি 3rd Semester Guide is provided here. শৰৎ বৰ্ণনা কবিতা B.A 3rd Semester সলকলো প্রশ্ন আৰু উত্তৰৰ ধাৰনাবোৰ ভালদৰে বুজিৱ আৰু Exam-ত ভাল নম্বৰ প্রাপ্ত কৰিৱ । যিসকলে GU TDC 3rd Semester Assamese Major অসমীয়া সাহিত্য প্রৱেশ — Model Solutions, শংকৰদেৱঃ  শৰৎ বর্ণনা (দশমস্কন্ধ ভাগৱতৰ পৰা) প্রশ্ন উত্তৰ বিচাৰি আছে তেওঁলোকে তলত দিয়া প্রশ্নসমূহ পঢ়িব, লিখিব পৰে ।


Chapter — 2 Part - I

শংকৰদেৱঃ  শৰৎ বর্ণনা (দশমস্কন্ধ ভাগৱতৰ পৰা)  — ALL Important Question & Answers

 

GU BA 3rd Sem Assamese ASM-HC-3026 Questions & Answer :



CONTENTS

শৰৎ বর্ণনা (দশমস্কন্ধ ভাগৱতৰ পৰা)
Model Question and Answer key


 

প্ৰশ্নাৱলীঃ

শৰৎ বৰ্ণনা কবিতা প্ৰশ্ন উত্তৰ Gauhati University BA 3rd Semester Asomiya Kobitar Chaneki Chapter 1 Solution is here....

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2

Q. 1 | শৰৎ বৰ্ণনা কবিতাটো কোনো ৰচনা কৰিছিল ?

উত্তৰঃ শৰৎ বৰ্ণনা কবিতাটো শঙ্কৰদেৱে ৰচনা কৰিছিল।

Q. 2 | শৰৎ বৰ্ণনা কবিতাটো ক'ৰ পৰা তুলি দিয়া হৈছে ?

উত্তৰঃ শৰৎ বৰ্ণনা কবিতাটো দশম স্কন্ধৰ পৰা তুলি দিয়া হৈছে।


Q. 3 | শ্ৰীমন্ত শঙ্কৰদেৱৰ কিমান চনত আৰু ক'ত  জন্ম হৈছিল ?

Or 


Q. 4 | কোন চনত শঙ্কৰদেৱে জন্ম লাভ কৰিছিল ? 

উত্তৰঃ শ্ৰী মন্ত শঙ্কৰদেৱৰ জন্ম ১৪৪৯ চনৰ নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিল।

Q. 5 | শঙ্কৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল?  

উত্তৰঃ শঙ্কৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল।


Q. 6 | খেৰসুতি কোন?  

উত্তৰঃ খেৰসুতি মহাপুৰুষ শংকৰদেৱৰ বুঢ়ীমাক।


Q. 7 | শঙ্কৰদেৱৰ মাতৃ বিয়োগ হোৱাত তেওঁ কাৰ লগত জীৱন অতিবাহিত কৰিছিল ?

উত্তৰঃ শঙ্কৰদেৱৰ মাতৃ বিয়োগ হোৱাত তেওঁ বুঢ়ীমাক খেৰসুতিৰ লগত জীৱন অতিবাহিত কৰিছিল ।

Q. 8 | শঙ্কৰদেৱে ৰচনা কৰা কাব্য দুখনৰ নাম লিখা।

উত্তৰঃ শঙ্কৰদেৱে ৰচনা কৰা কাব্য় দুখন হল-হৰিচন্দ্ৰ উপখ্য়ান গজেন্দ্ৰ উপখ্য়ান ।

Q. 9 | কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ কি কৰিবলৈ প্ৰয়াস কৰিছে ?

উত্তৰঃ  কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ এটি ঋতুৰ গুণানুকীৰ্ত্তন কৰিবলৈ প্ৰয়াস কৰিছে ।

Q. 10 | সকলো ঋতুতকৈ শ্ৰেষ্ঠ আৰু মনোমহা ঋতুটো কি ?

উত্তৰঃ সকলো ঋতুতকৈ শ্ৰেষ্ঠ আৰু মনোমহা ঋতুতো হল-শৰৎ ঋতু।

Q. 11 | কবিতাটোত শুক মুনিয়ে ৰজাক সম্বুুধি কি কৈছে ?

উত্তৰঃ কবিতাটোত শুক মুনিয়ে ৰজাক সম্বুধি কৈছে- 'হে ৰজা বাৰিষা কাল উকলি গ'ল।

Q. 12 | কৃষ্ণ ভকতি কৰিলে অন্তৰ কি হৈ পৰে ?

উত্তৰঃ কৃষ্ণ ভকতি কৰিলে অন্তৰ নিৰ্মল হৈ পৰে।

Q. 13 | মহাদুখী মনুষ্য়বোৰে কৃষ্ণত ভকতি নকৰি কি ভোগ কৰে ?

উত্তৰঃ মহাদুখী মনুষ্য়বোৰে কৃষ্ণত ভকতি নকৰি নানা দুখ ভোগ কৰে ।

Q. 14 | কৃষ্ণ পদ সেৱা কৰিলেই সকলো কি লাভ কৰা হয় ?

উত্তৰঃ কৃষ্ণ পদ সেৱা কৰিলেই সকলো ঐশ্বৰ্য্য়-বিভূতি লাব কৰা হয়।

Q. 15 | প্ৰকৃতিক সাহিত্য়ক কি বুলি কোৱা হয় ?

উত্তৰঃ প্ৰকৃতিক সাহিত্য়ৰ এক অন্য়তম উপাদান বুলি কোৱা হয়।

Q. 16 | বেছিভাগ সাহিত্য়ই প্ৰকৃতিক নিজ ৰূপত গ্ৰহণ কৰি কি আগবাঢ়ি গৈছে ?

উত্তৰঃ বেছিভাগ সাহিত্য়ই প্ৰকৃতিক নিজ ৰূপত গ্ৰহণ কৰি পৰিঘটনাসমূহ আগবাঢ়ি গৈছে ।

Q. 17 | কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ কি দাঙি ধৰিছে ?

উত্তৰঃ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃতিৰ অনুপম বৰ্ণনা দাঙি ধৰিছে।

Q. 18 | পৰ্ব্বতমালাৰ বিভিন্ন কোণৰ পৰা জলাধাৰ নামি আহি কি কৰে ?

উত্তৰঃ পৰ্ব্বতমালাৰ বিভিন্ন কোণৰ পৰা জলাধাৰ নামি আহি ভৈয়াম উজ্জীৱিত কৰে।


Q. 19 | উপমা অলংকাৰৰ বৰ্ণনা কি ?


উত্তৰঃ উপমা অংকাৰৰ বৰ্ণনা অতি চমৎকাৰপূৰ্ণ।


Q. 20 | প্ৰকৃতিৰ এনেবোৰ বৰ্ণনাই সততে পাঠকৰ মনত কি দান কৰিব পাৰে ?

উত্তৰঃ প্ৰকৃতিৰ এনেবোৰ বৰ্ণনাই সততে পাঠকৰ মনত এক অফুৰন্ত আনন্দ দান কৰিব পাৰে।

Q. 21 | শৰত কালৰ সমান সুখৰ কাল আৰু নাই। কথাষাৰি কোনে কৈছিল ?

উত্তৰঃ শৰত কালৰ সমান সুখৰ কাল আৰু নাই। কথাষাৰি --কবিয়ে কৈছিল।

Q. 22 | শৰত কালৰ ইমানবোৰ কাৰ্য্য়ৰ মূল কাৰণ কি বুলি কবিয়ে জানিব দিছে?

উত্তৰঃ শৰত কালৰ ইমানবোৰ কাৰ্য্য়ৰ মূল কাৰণ হৰি ভকতি বুলি জানিব কবিয়ে জানিব দিছে।

Q. 23 | কিমান বয়সত শঙ্কৰদেৱে আকাৰ ইকাৰ নোহোৱা কবিতাটো ৰচনা কৰিছিল ? 

উত্তৰঃ চৈধ্য বছৰৰ বয়সত শঙ্কৰদেৱে আকাৰ ইকাৰ নোহোৱা কবিতাটো ৰচনা কৰিছিল।

Q. 24 | শঙ্কৰদেৱে ৰচনা কৰা প্ৰথম অঙ্কীয়া নাটখনৰ নাম কি?  


উত্তৰঃ

Q. 25 | শঙ্কৰ-মাধৱৰ ক’ত মিলন হৈছিল।  

উত্তৰঃ

Q. 26 | শঙ্কৰ-মাধৱৰ মিলনক কি আখ্যা প্ৰদান কৰা হৈছিল?  

উত্তৰঃ

Q. 27 | শৰৎ বৰ্ণনা কবিতাটো ক’ৰ পৰা উদ্ধৃত?  


উত্তৰঃ




 ৰচনাধৰ্মী প্রশ্নঃ  Mark — 5/8

Q. 1 | শৰৎ বৰ্ণনা কবিতাটোৰ মূল ভাবটো লিখা।

Or 


Q. 2 | ‘শৰৎ বর্ণনা’ কবিতাটিৰ মূল ভাবটো তোমাৰ নিজৰ ভাষাৰে লিখা।


উত্তৰঃ   'শৰৎ বর্ণনা' কবিতাটি ভাগৰূৰ দশম স্কন্ধৰ এটা অংশ । শৰৎ বর্ণনা কবিতাটিত শবৎ কালৰ প্রকৃতিৰ মনোমোহা ৰুপ আৰু মনৰ মাজত এই সময়ছোৱাত চিন্তা - চেতনা আৰু অনুভৱৰ বিষয়ে কবিয়ে অতি সুন্দৰভাবে প্রতিফলিত কৰিছে । শৰতৰ আগমনে প্রকৃতিলৈ লৈ আহে নতুন নতুন মনোভাব। বাৰিষাৰ পৰিৱেশৰ পৰা এটা শান্তিৰ পৰিৱেশলৈ ৰূপান্তৰ হয় শৰৎ কালৰ সময়ছোৱাত । তেনে সময়ত মানুহৰ মনৰ অৱস্থা, জীৱকুলৰ অৱস্থা ভক্তিৰ লগত শৃংকাৰাত্মক পরিবেশ আদির বিষয়ে কবিয়ে সুন্দৰকৈ এই কবিতাটিত উপস্থাপন কৰিছে । এই সকলোবোষৰ বিষয়ে কবিয়ে ইমানেই আকর্ষনীয় কবি তুলিছে যে কবিতাটো পঢ়িলে সন্মুখত এখন ছবি আহি ভাহি থকা যেন লাগে ।

           কবিতাটিত ৰজাক সম্বোধন কবি শুৰু মুনিয়ে কৈছে যে বাৰিষা গ'ল, শৰৎ কালৰ আগমন ঘটিলে আৰু এই শৰৎ কালৰ মহাগুন সম্পর্কে সকলোৱে জ্ঞাত এই কাল অহাৰ লগে লগে আকাশখন নির্মল হৈ পৰে, পানী স্বচ্ছ হয়, শেখ আঁতৰি যায় । মহাসুসক নির্মূল বায়ু, শীতল সুৰভিৰে জৰি পৰে । পক্ষীৰ চিঞৰ বাসৰত ফুলবোৰ বিকশিত হৈ পৰিবেশটো মনোমহা কবি তোলে । একেকুৱা লাগে যেন যোপৰ দ্বাৰা পুনৰ নির্মল কবি লোৱা এটি মন । সেই সময়ছোৱাত ফুলবোৰ তলত পৰি যেন উজ্জ্বল নক্ষত্রসকল আকাশত তিৰবিৰ কবি থকা দেখিবলৈ পোৱা যায় । এনেকুৱা লাগে যেন শৰৎ কালৰ নিচিনা আৰু সুখব সময় নাই । বাৰিষাৰ সমমত সংকটত থকা জীব - জন্তু , পশু - পক্ষীৰ বিপদবোৰ লাহে লাহে নাইকিয়া হৈ আহিল আৰু নাইকিয়া হল বাৰিষা কালৰ বোকা পানী যাৰ ফলত রাস্তা ঘাট সূচল হল । ব্রহ্মচাৰী বেদ পঢ়া, গৃহস্থীয়ে গৃহকর্ম কৰা, বনবাসী সন্ন্যাসীয়ে অন্যতম ধর্ম পালন করা , কৃষ্ণৰ শ্রবণ কীর্তন কৰা আদি সকলোবোৰ শষ্যৎ কালত প্রতিফলিত হোৱা দেখিবলৈ পোয়া যায় । 


Q. 3 | শঙ্কৰদেৱৰ সাহিত্যকৃতি সম্পর্কে বহলাই আলোচনা কৰা ।

উত্তৰঃ  

Q. 4 | শৰৎ বৰ্ণনা কবিতাটোৰ প্ৰকৃতি চিত্ৰণ সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

Q. 5 | শৰৎ বৰ্ণনা কবিতাটোত শৰতে কি কি চাৰি কাৰ্য্য সাধিলে তাৰ বিৱৰণ দিয়া।  

উত্তৰঃ


Q. 6 | ব্যাখ্যা কৰা :  

“যত জীৱ জন্তু     সংকটে আছিল।  

            ঘোৰ বাৰিষাৰ পদে।  

শৰত কালত             তৰল বিৰলে  

            বঞ্চিল ইচ্ছা সুখে।।”  

কথাষাৰ কোনে কি প্ৰসংগত কৈছিল, বহলাই আলোচনা কৰা ।


উত্তৰঃ ......... Uploading Shortly! 







Tags :

  • শৰৎ বৰ্ণনা কবিতা প্ৰশ্ন উত্তৰ
  • শৰৎ বৰ্ণনা কবিতাৰ মূলভাব
  • অসমীয়া কবিতাৰ চানেকি 3rd Semester Notes
  • অসমীয়া কবিতাৰ চানেকি BA 3rd Semester Assamese Major Question Answer
  • শৰৎ বৰ্ণনা কবিতা pdf b.a 3rd semester assamese major question answer
  • Ba 3rd semester asomiya kobitar chaneki question and answer pdf download