Follow Us:

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ | Gauhati University BA 4th Sem Assamese Questions Answer | GU BA 4th Sem Assamese Model Solution

LearningPointAssam.com

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer General | ba 4th sem assamese book pdf | Gauhati University BA 4th Sem Assamese Questions Answer

Assamese Notes & Guide Available here সৃজনীমূলক সাহিত্য ASM-SE-4014 কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ BA 4th Sem Assamese Question Answer and University Guides and Notes here. ASM-SE-4014 — সৃজনীমূলক সাহিত্যঃ কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ Question Answer Can be very useful to excel in examinations.

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ BA 4th Sem Assamese Question Answer

BA Assamese ASM-SE-4014 — কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ BA 4th Sem Assamese Model  Notes covers all the practice questions of Guwahati University syllabus. কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-SE-4014 Questions & Answer :


CONTENTS 

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ
Model Question and Answer key






প্ৰশ্নাৱলীঃ

কল্পনাৰ সংজ্ঞা আৰু পৰিসৰঃ BA 4th Sem Assamese Very Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ অতি চমু উত্তৰ দিয়াঃ Mark — 1


Q. 1 | কল্পনা বুলিলে কি বুজা?

উওৰঃ  ইন্দ্ৰিয়ৰ ওচৰত উপস্থিত নথকা বা বাস্তৱত কেতিয়াও সম্পূৰ্ণৰূপে অনুভৱ নকৰা কিবা এটাৰ মানসিক প্ৰতিচ্ছবি গঠন কৰাৰ কাৰ্য্য বা শক্তি কল্পনা বোলে ।

Q. 2.| ' magination' শব্দটো  কোন ভাষাৰ পৰা আহিছে ?

উওৰঃ লেটিন ভাষাৰ 'imaginare' শব্দৰ পৰা "imagine' শব্দটোৰ পৰা আহিছে ।

Q. 3 | কল্পনা কি অৱস্থাৰ স্বৰূপ ?

উওৰঃ কল্পনা মানৱ মনৰ এক গুৰুত্বপূৰ্ণ অৱস্থাৰ স্বৰূপ ।

Q. 4 | কল্পনা শক্তিক কি কাৰ্য বুলি কোৱা হয় ?

উওৰঃ কল্পনা শক্তিক মানৱ মনৰ মানসিক উদ্ভাৱন কাৰ্য বুলি কোৱা হয় ।

Q. 5 | হার্ডছনে কবিতা সম্পর্কে কৈছে ? 

উওৰঃ হাৰ্ডছনে কৈছে কবিতা হ'ল এবিধ বিশেষধৰণৰ আৰ্ট। যেতিয়া কল্পনা আৰু অনুভূতিৰ  কাব্য়িক ক্ৰিয়া এক  বিশিষ্ট প্ৰকাশভঙ্গিযুক্ত হৈ পৰে, তেতিয়া কবিতাৰ উৎপত্তি হয় বুলি কৈছে ।

Q. 6 | ৰোমাণ্টিক সাহিত্যৰ মূল উপাদান কি?

উওৰঃ ৰোমান্টিক সাহিত্য়ৰ মূল উপাদান হ'ল - কল্পনা ।

Q. 7 | কল্পনা অবিহনে ৰোমাণ্টিক কবিতা সম্ভনে?

উওৰঃ কল্পনা অবিহনে ৰোমান্টিক কবিতা অসম্ভৱ ।

Q. 8 | কল্পনাৰ প্ৰকাৰ কিহৰ ভিত্তিত কৰা হৈছে?

উওৰঃ সৃজনীমূলক সাহিত্য়িক আৰু মনোবৈজ্ঞানিক সকলে-কল্পনাৰ সংজ্ঞা কল্পনাৰ বৈশিষ্ট্য় আৰু কল্পনাৰ পৰিসৰ আদিৰ ওপৰত নিৰ্ভৰ কৰি কল্পনাৰ প্ৰকাৰ ভিত্তি কৰা হৈছে ।

Q. 9 | সৃজনীমূলক কৰ্মৰ ক্ষেত্ৰত কেইটা স্তৰ সন্নিৱিষ্ট হৈ আছে।

উওৰঃ সৃজনীমূলক  কৰ্মৰ ক্ষেত্ৰত  ৪ টা স্তৰ সন্নিবিষ্ট কৰা হৈছে ।

Q. 10 | মাটিমাৰ এডলাৰৰ গ্ৰন্থখনৰ নাম কি?

উওৰঃ মাটিমাৰ এডলাৰৰ গ্ৰন্থখনৰ নাম হ'ল - 'How to Read a Book : The Classic Guide to intelligent Reading'.



কল্পনাৰ সংজ্ঞা আৰু পৰিসৰঃ BA 4th Sem Assamese Short Question Answer 

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 2/3

Q. 1 | কল্পনাৰ সংজ্ঞা দিয়া।

উওৰঃ "কল্পনা হ'ল সৃষ্টিশীল বা সৃজনশীল হোৱাৰ বাবে নতুন সমস্য়া সমাধান কৰাৰ বাবে মনৰ এক বিশেষ সামৰ্থ ।"

Q. 2 | কল্পনাৰ এটি বৈশিষ্ট্য লিখা।

উওৰঃ কল্পনাৰ এটি বৈশিষ্ট্য় হ'ল- মানৱ মনৰ উচ্চমানযুক্ত বা মনাত্মক ক্ষমতাৰ পৰিচয় দান কৰাৰ প্ৰকৃত স্বৰূপ কল্পনা ।

Q. 3 | কল্পনাৰ প্ৰকাৰ কি কি?

উওৰঃ কল্পনাৰ প্ৰকাৰ কেইটা হ'ল-

  • (ক) সৃজনশীল আৰু গ্ৰহণাত্মক কল্পনা ।
  • (খ) সচ্চেষ্টা আৰু নিচেষ্টা কল্পনা ।
  • (গ) বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্য়ৱহাৰিক কল্পনা ।
  • (ঘ) অস্বাভাৱিক কল্পনা ।
  • (ঙ) বিশ্বাসহীন আৰু বিশ্বাসযুক্ত কল্পনা । 


Q. 4 | কল্পনা সম্পর্কে ম'ৰিচ বাউৰাইয়ে কি লিখিছে?

উওৰঃ ম'ৰিচ বাউৰাইয়ে লিখিছে- "অষ্টাদশ শতিকাত কল্পনা কাব্য়তত্ত্বৰ মূল বিন্দু নাছিল । ...( পোপ, জন্ছন বা ড্ৰাইডেন ) কবি এজন শ্ৰষ্টাতকৈ বেছি পৰিমানে এজন ব্যাখ্যা কৰোঁতাহে আছিল, অপৰিচিত আৰু আগেয়ে নেদেখাখিনি অন্বেষণ নকৰি তেওঁলোকে আমি ইতিমধ্য জনাখিনিৰ ভিতৰত থকা আকৰ্ষণবোৰকেই দেখুৱাত অধিক মনোনিৱেশ কৰিছিল ।

Q. 5 | গিলফোর্ডৰ সৃজনশীলতাৰ সংজ্ঞাটো লিখা।

উওৰঃ গিলফোৰ্ডে লিখিছে  "অপসাৰী চিন্তনৰ যোগে কোনো নতুন আৰু উপযোগিতামূলক এই দুই প্ৰকাৰৰ ধাৰণাৰ সৃষ্টি কৰাৰ ক্ষমতাকে সৃজনশীলতা বুলি কোৱা হয় ।



কল্পনাৰ সংজ্ঞা আৰু পৰিসৰঃ BA 4th Sem Assamese Question Answer 

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5

Q. 1 | সৃজনশীল আৰু গ্ৰহণাত্মক কল্পনা কি লিখা।

উওৰঃ মানৱ সমাজৰ ব্য়ক্তিসকলে যেতিয়া নিজৰ মনৰ পৰা ভাৱৰ উপাদান গ্ৰহণ কৰি নতুন কোনো মানসিক চিত্ৰ সৃষ্টিৰ কল্পনা কৰে তেতিয়া সেই কল্পনা সৃজনশীল হয় । এই সৃজনশীল কল্পনাৰ জৰিয়তে সাহিত্য়িক সকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি লিখে । তাৰ উপৰি চিত্ৰ শিল্পীসকল, ভাস্কৰ্য শিল্পীসকলে নিজৰ নিজৰ মানস পটৰ জৰিয়তে নতুন চিত্ৰ আৰু ভাস্কৰ্য তৈয়াৰ বা নিৰ্মাণ কৰে । এনেবোৰ সৃষ্টিৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ ইচ্ছানুযায়ী মানস পটৰ চিত্ৰবোৰ আয়ত্বধীন কৰে আৰু নিজস্ব মৌলিকতাৰ ভেটিত নতুন কিবা সৃজন কৰে । সাহিত্য় বা অন্য় বিষয়ৰ সৃজনশীল কল্পনাই মানৱ জ্ঞানৰ ভঁৰালক অতি চহকী কৰি তুলিব পাৰে ।

          গ্ৰহণাত্মক কল্পনাত ব্য়ক্তিসকলে নিজৰ মনৰ পৰা কল্পনাৰ কোনো ধৰণৰ উপাদান আহৰণ নকৰি গল্প, কবিতা, নাটক, উপন্য়াস, পৰিৱেশ, ইতিহাস আদিৰ পৰা কল্পনাৰ উপাদান সংগ্ৰহ কৰা দেখা যায় । গ্ৰহণাক্ষম কল্পনা কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি  কৰা ব্য়ক্তিসকলে কল্পনাত নতুন একো সৃষ্টি নকৰি আন লেখক ব্য়ক্তিয়ে সৃষ্টি কৰা মানস ছবিক মনে মনে বা অন্তৰৰ দৃষ্টিৰে গ্ৰহণ কৰে । এনেদৰে গ্ৰহণ কৰা কাৰ্যই অধিকাংশ মানুহক দৈনন্দিন জীৱনত বেছি মানসিক আনন্দ দিয়ে । 

Q. 2 | চিন্তা আৰু কল্পনাৰ সম্পৰ্কে লিখা।

উওৰঃ মানুহ চিন্তাশীল প্ৰাণী । মানুহৰ চিন্তা-চৰ্চা, বিবেক-বিবেচনা বুদ্ধি সম্পন্নশীলতা আছে কাৰণে অন্য় জীৱ-জন্তুতকৈ শ্ৰেষ্ট । কোনো বিষয় সম্বন্ধে ভবা-ভাৱনাক চিন্তা বুলি কোৱা হয় । কল্পনা হৈছে মানৱ মনৰ এক শক্তিশালী প্ৰকাশ । চিন্তা আৰু কল্পনাৰ সম্পৰ্ক অতি নিবিড় । ইটোৱে-সিটোক বাদ দি থাকিব নোৱাৰে । মানুহে কিবা বিষয়ৰ কল্পনা কৰোতে চিন্তা শক্তিৰ স্বাভাৱিক ভাৱেই আহি যায় । গতিকে চিন্তা আৰু কল্পনাৰ সম্পৰ্ক এনে ধৰণৰ-

  • চিন্তা আৰু কল্পনা দুয়োটা মানসিক প্ৰক্ৰিয়া উদ্দেশ্যমূলক ।
  • চিন্তা আৰু কল্পনা মানসিক প্ৰক্ৰিয়া ।
  • চিন্তা আৰু কল্পনা উভয়ে প্ৰতিৰূপ ব্য়ৱহাৰ কৰে ।
  • চিন্তা আৰু কল্পনা মানসিক প্ৰক্ৰিয়াতে অনুষংগ থাকে; কিন্তু চিন্তাৰ ক্ষেত্ৰত অনুষংগ থাকিব লাগিব বুলি কোনো কথা নাথাকে । 
  • চিন্তাৰ ক্ষেত্ৰত কোনো উদ্দেশ্য় নিহিত থাকে; কিন্তু কল্পনাৰ ক্ষেত্ৰত উদ্দেশ্য় থাকিবও পাৰে নাইবা নাথাকিবও পাৰে ।      

Q. 3 | সৃজনশীলতাৰ বৈশিষ্ট্য লিখা।

উওৰঃ সৃজনশীলতাৰ বৈশিষ্ট্য - 

  • (১) বিশ্বজনীন  : সৃজনশীলতা এক বিশ্বজনীন ক্রিয়া। সমগ্ৰ বিশ্বৰ সকলো ব্যক্তিৰে কম-বেছি পৰিমাণে সৃজনশীল দক্ষতা আছে। কোনো বিশেষ ব্যক্তি বা ব্যক্তিসমষ্টিৰে ই একচেতিয়া গুণ নহয়। জাতি, বর্ণ, ধর্ম, লিংগ নির্বিশেষে সকলো ব্যক্তিৰে এই দক্ষতা আছে।
  • (২) প্রাকৃতিক সামর্থ  : সৃজনশীলতা প্রাকৃতিক সামর্থ যদিও শিক্ষাআৰু প্ৰশিক্ষণৰ জৰিয়তে বিকশাই তুলিব পাৰি। শিক্ষাই ব্যক্তিৰ সৃজনশীলতাক চিনাক্ত কৰি তাৰ পোষণ আৰু উৎকৰ্ষ সাধন কৰি তুলিব পাৰে। ইয়াৰ অভাৱত সি অভিব্যক্ত হৈ উঠিব নোৱাৰিলে মানৱীয় গুণৰ অপচয় হোৱা দেখা যায়।
  • (৩) নতুনত্ব সৃষ্টিকাৰী  : সৃজনশীল কর্মৰদ্বাৰা কিবা এটা নতুন সৃষ্টি কৰিব পাৰি। কিন্তু নতুনত্বই সম্পূর্ণ নতুন কিবা এটা বস্তু বা ধাৰণাৰ সৃষ্টি কৰাকে নুবুজায়। ইতিমধ্যে সৃষ্টি হোৱা বা উৎপাদিত হোৱা কোনো এক বস্তু বা ধাৰণাৰ ক্ষেত্ৰত নতুন উপাদান সন্নিৱিষ্ট কৰাকো সৃজনশীল কর্ম বুলিব পাৰি।
  • (8) আনন্দৰ উৎস  : যিকোনো সৃজনশীল সৃষ্টিয়ে সৃষ্টিকৰ্তাৰ বাবে আনন্দ আৰু সফলতাৰ উৎস। সৃষ্টিকৰ্তাই নিজৰ দিশেৰে কোনো এক বস্তু দেখে বা অনুভৱ কৰে। সেই অনুভৱে সৃষ্টিকৰ্তাক সফলতাৰে কিবা এটা উৎপাদন কৰাত সহায় কৰে আৰু সৃষ্টিৰ আনন্দ প্রদান কৰে।

Q. 4 | সৃজনশীল কাৰ্যৰ চাৰিটা স্তৰ কি কি?

উওৰঃ 


চমুটোকা লিখা : Mark — 5

  • ১। সচেষ্টা আৰু নিচেষ্টা কল্পনা।
  • ২। বৌদ্ধিক, সৌন্দৰ্যবোধক আৰু ব্যৱহাৰিক কল্পনা।
  • ৩। অস্বাভাৱিক কল্পনা।
  • ৪। অমূল প্রত্যক্ষ কল্পনা 
  • ৫। বিশ্বাসযুক্ত আৰু বিশ্বাসহীন কল্পনা
  • ৬। প্রস্তুতি
  • ৭ | প্ৰেৰণা 
  • ৮ | চিন্তন ক্ষমতা 
  • ৯ |  পঠন অভ্যাস আৰু পঠন অতিজ্ঞতা 
  • ১০| লিখন কৌশল আৰু লেখাৰ গাঁথনি 



কল্পনাৰ সংজ্ঞা আৰু পৰিসৰঃ BA 4th Sem Assamese Board Question Answer 

তলৰ প্ৰশ্নসমূহৰ ৰচনাধৰ্মী উত্তৰ দিয়াঃ Mark — 10

Q. 1 | কল্পনা বুলিলে কি বুজা? ইয়াৰ এটি সংজ্ঞা দিবৰ যত্ন কৰা।

উওৰঃ  ইন্দ্ৰিয়ৰ ওচৰত উপস্থিত নথকা বা বাস্তৱত কেতিয়াও সম্পূৰ্ণৰূপে অনুভৱ নকৰা কিবা এটাৰ মানসিক প্ৰতিচ্ছবি গঠন কৰাৰ কাৰ্য্য বা শক্তি কল্পনা বোলে ।

কল্পনাৰ সংজ্ঞাঃ —.........


Q. 2 | কল্পনাৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা। কল্পনাৰ প্ৰকাৰবোৰ বৰ্ণনা কৰা

উওৰঃ 

Q. 3 | কল্পনাৰ কৰ্ষণ আৰু সৃজনশীলতা সম্পর্কে লিখা।

উওৰঃ 

Q. 4 | সৃজনীমূলক সাহিত্য ৰচনাৰ প্ৰয়োজনীয় যোগ্যতাৰ বিষয়ে আলোচনা কৰা।

উওৰঃ সৃজনশীলতা ঃ সৃজনশীলতা হ'ল নতুন কিবা এটা বিষয়ৰ উদ্ভাৱন কৰা এক প্ৰক্ৰিয়া । বিজ্ঞানী সকল উদ্ভাৱন কৰা বিভিন্ন বিষয়ৰ সূত্ৰ বা বিভিন্ন পদাৰ্থ, চিকিৎসা বিজ্ঞানীসকলে ঔষধৰ উদ্ভাৱন প্ৰক্ৰিয়া, সাহিত্য়িকসকলে গল্প, কবিতা, নাটক, উপন্য়াস আদি ৰচনা কৰোতে সৃজনশীল ক্ষমতা; গৃহিণীয়ে, ঘৰ- দুৱাৰ নতুনকৈ সজোৱা আদিবোৰ সৃজনশীলতা । উল্লেখিত সৃজনশীল বিষয়সমূহৰ মাজত গুণগত পাৰ্থক্য় থাকে । বিজ্ঞান বিষয় সৃজনশীলতা অথবা গৃহ সজোৱাৰ মাজত সৃজনশীলতাৰ পাৰ্থক্য় থকাটো তেনেই স্বাভাৱিক । কাৰণ সাহিত্য়ত সৃজনশীলতাৰ ক্ষেত্ৰত কল্পনাই বেছি প্ৰাধন্য লাভ কৰে; ইয়াৰ বাস্তৱতা থাকে যদিও যুক্তিযুক্ততা কম থাকে । পৃথিৱীৰ বুকুত বিভিন্ন সময়ত অনেক প্ৰতিভাৱান ব্য়ক্তিয়ে সাহিত্য়, বিজ্ঞান, সাহিত্য়, সংগীত, সুকুমাৰ ক'লা আদিৰ ক্ষেত্ৰত সৃজনশীল কাম কৰি বিশেষ আসন লাভ কৰিবলৈ সক্ষম হৈছে । এই সৃজনশীল ব্য়ক্তিৰ বা লেখকসকলৰ জীৱনদৰ্শন অধ্য়য়ন কৰিলে দেখা যায় তেওঁলোক গভীৰ কল্পনাময় চিন্তাশীল গুণৰ অধিকাৰী । আচলতে সৃজনশীলতা চিন্তনৰ বিশেষ এতা প্ৰকাৰ ।   

Q. 5 | সৃজনশীলতাৰ সংজ্ঞা নিৰূপণ কৰিবৰ যত্ন কৰা।

উওৰঃ 

Q. 6 | সৃজনশীল কাৰ্য আৰু কৰ্মৰ বিষয়ে লিখা।

উওৰঃ 

Q. 7 | সৃজনশীলতাৰ বৈশিষ্ট্যবোৰ বৰ্ণনা কৰা |

উওৰঃ 




Tags :

  • কল্পনাৰ সংজ্ঞা আৰু পৰিসৰ
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer General
  • ba 4th sem assamese book pdf
  • Gauhati University BA 4th Sem Assamese Questions Answer
  • BA 4th Sem Assamese Question Answer