Follow Us:

অসমীয়া উপন্যাসৰ ধাৰা | BA 6th Sem Assamese Major Question Answer | Gauhati University BA 6th Sem Assamese Major Model Questions Answer

LearningPointAssam.com

অসমীয়া উপন্যাসৰ ধাৰা | Gauhati University BA 6th Sem Assamese Major Model Questions Answer | GU BA 6th Sem Assamese Major Model Solution | ba 6th sem assamese major question paper | BA 6th Sem Assamese Major Question Answer | ba 4th sem assamese book pdf

BA 6th Semester Assamese Major Notes & Guide Available here, ASM-HC-6016 অসমীয়া চুটিগল্প আৰু উপন্যাসঃ অসমীয়া উপন্যাসৰ ধাৰা Model Solution to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University Syllabus. so, that you can easily browse through BA 6th Sem Assamese  Question Answer and University Guides and Notes here. Gauhati University BA 6th Semester Assamese Honours অসমীয়া উপন্যাসৰ ধাৰা Question Answer Can be very useful to excel in examinations.

BA 6th Sem Assamese Major Question Answer

BA 6th sem assamese major book question answer, BA 6th sem assamese major model question answer অসমীয়া উপন্যাসৰ ধাৰা Notes covers all the practice questions of Guwahati University syllabus. BA 6th Sem Assamese Major Question Answer is given here which ensures smooth and easy understanding of all the concepts. Assamese question answer ba 6th semester Understand the concepts behind each unit and score well in board exams.

Read this page for latest information about GU BA 6th Sem Assamese Major Notes 2023.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 2 

অসমীয়া উপন্যাসৰ ধাৰা — ALL Important Question & Answers

GU BA 6th Sem Assamese Major ASM-HC-6016 Questions & Answer :


CONTENTS 

অসমীয়া উপন্যাসৰ ধাৰা
Model Question and Answer key






পাঠভিক্তিক প্রশ্ন উত্তৰঃ

অসমীয়া উপন্যাসৰ ধাৰাঃ BA 6th Sem Assamese Major Question Answer here :

তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়াঃ Mark — 1/2

Q. 1 | 'সুধৰ্মাৰ উপন্যাস' কোনে ৰচনা কৰিছিল ?

উত্তৰঃ পদ্মাৱতী দেৱী ফুকননী ।

Q. 2 | প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

উত্তৰঃ  লাহৰী ।

Q. 3 | ভানুমতী কেতিয়া প্রকাশ পায় ?

উত্তৰঃ  1891 চনত ।

Q. 4 | 'পদুম কুঁৱৰী' উপন্যাস'ৰ লেখক কোন ?

উত্তৰঃ  লক্ষ্মীনাথ বেজবৰুৱা ।

Q. 5 | উপন্যাস সম্রাট কাক কোৱা হয় ?

উত্তৰঃ  ৰজনীকান্ত বৰদলৈ

Q. 6 | ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি ?

উত্তৰঃ  পদুম কুঁৱৰী ।

Q. 7 | অসমীয়া উপন্যাসৰ অংকুৰণ কোন সময়ত হয়?

উত্তৰঃ  অসমীয়া উপন্যাসৰ অংকুৰণ ঊনবিংশ শতিকাৰ প্ৰথম  ভাগত  হয়।

Q. 8 | অসমীয়া উপন্যাসৰ প্ৰস্তুতি পূৰ্বৰ দুগৰাকী উপন্যাসিকৰ নাম উল্লেখ কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ ।

Q. 9 | ‘কামিনীকান্ত'ৰ ৰচক কোন?

উত্তৰঃ ‘কামিনীকান্ত'ৰ ৰচক এ.কে.গাৰ্নিৰ ৰচনা।

Q. 10 | ‘কামিনীকান্ত' প্ৰকাশৰ চনটো কিমান?

উত্তৰঃ  ‘কামিনীকান্ত' প্ৰকাশৰ চনটো ১৮৭৭।

Q. 11 | 'জোনাকী' আলোচনী কোন চনত প্ৰকাশ হৈছিল?

উত্তৰঃ  'জোনাকী' আলোচনী ১৮৮৯ চনত প্ৰকাশ হৈছিল?

Q. 12 | অসমীয়া সাহিত্যৰ প্ৰথম সামাজিক উপন্যাস খনৰ নাম ?

উত্তৰঃ  মিৰি জীয়ৰী

Q. 13 | ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি ?

উত্তৰঃ  মিৰি জীয়ৰী ।

Q. 14 | ৰজনীকান্ত বৰদলৈৰ মুঠ উপন্যাসৰ সংখ্যা কিমান ?

উত্তৰঃ  9 খন ।

Q. 15 | দীননাথ শৰ্মাৰ শ্ৰেষ্ঠ উপন্যাস খনৰ নাম কি ?

উত্তৰঃ   নদাই ।

Q. 16 | জীৱনৰ বাটত উপন্যাস খনৰ লেখক কোন ?

উত্তৰঃ  চৈয়দ আব্দুল মালিক ।

Q. 17 | উপন্যাস বুলিলে কি বুজা?

উত্তৰঃ  ইংৰাজী নভেল (Novel) শব্দৰ অসমীয়া প্রতিশব্দ উপন্যাস। ৰোমান ‘নভেলা’ শব্দৰ পৰা ‘নভেল’শব্দৰ উৎপত্তি হয়। উপন্যাস এক কথাশিল্প। জীৱনৰ বৈচিত্র্যপূৰ্ণ ঘটনাসমূহৰ কলাসন্মত গাঁথনিৰে ৰসোত্তীৰ্ণৰূপত জীৱনৰ সমগ্ৰতা প্ৰকাশ কৰিব পৰা কথাশিল্পই হ’ল উপন্যাস। উপন্যাস মানৱ জীৱনৰ সৰ্বাত্মক চিত্ৰণ।

Q. 18 | উপন্যাসৰ উপাদানসমূহ কি কি?

উত্তৰঃ উপন্যাসৰ উপাদানসমূহ হ'ল- কাহিনী, চৰিত্ৰ, কথোপকথন, পৰিৱেশ সৃষ্টি, ঔপন্যাসিকৰ  জীৱন দৰ্শন আদি।

Q. 19 | ‘পিলগ্ৰীম্‌ছ প্ৰ’গেছ’ৰ অসমীয়া অনুবাদটো কি?

উত্তৰঃ  ‘পিলগ্ৰীম্‌ছ প্ৰ’গেছ’ৰ অসমীয়া অনুবাদটো হ'ল- 'জাত্ৰিকৰ  জাত্ৰা'।

Q. 20 | পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ নাম কি কি?

উত্তৰঃ  পদ্মনাথ গোহাঞিবৰুৱাৰ উপন্যাস দুখনৰ নাম হ'ল- 'ভানুমতী' আৰু 'লাহৰী'।

Q. 21 | অসমীয়া উপন্যাস সম্রাট' কোন?

উত্তৰঃ অসমীয়া উপন্যাস সম্রাট' হেমচন্দ্ৰ বৰুৱা।

Q. 22 | 'মিৰিৰ্জীয়ৰী' কোন চনত প্ৰকাশ হৈছিল? 

উত্তৰঃ 'মিৰিৰ্জীয়ৰী' ১৮৯৪ চনত প্ৰকাশ হৈছিল।

Q. 23 | 'নির্মল ভকত' উপন্যাসৰ কাহিনীভাগ চমুৱাই লিখা।

উত্তৰঃ

Q. 24 | 'হত্যাকাৰী কোন' উপন্যাসৰ ৰচক কোন?

উত্তৰঃ


অসমীয়া উপন্যাসৰ ধাৰা | BA 6th Sem Assamese Major Question Answer :

তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়াঃ Mark — 5/10

Q. 1 | ঔপন্যাসিক হিচাপে বীণা বৰুৱাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

Q. 2 | ঔপন্যাসিক হিচাপে চৈয়দ আব্দুল মালিকৰ এটি পৰিচয়মূলক টোকা লিখা।

উত্তৰঃ

Q. 3 | অসমীয়া উপন্যাসৰ বোৱঁতী ধাৰাত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অৱদান কি? সেই সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰঃ

Q. 4 | হোমেন বৰগোহাঞিয়ে অসমীয়া উপন্যাস ক্ষেত্ৰখনত কেনে অৰিহণা যোগাইছে চমুৱাই লিখা।

উত্তৰঃ

Q. 5 | ঔপন্যাসিক হিচাপে লক্ষ্মীনন্দন বৰাৰ বিষয়ে লিখা।

উত্তৰঃ

Q. 6 | অসমীয়া উপন্যাস সাহিত্যলৈ মামণি ৰয়ছম গোস্বামীৰ অৰিহণা কেনেধৰণৰ সেই বিষয়ে লিখা।

উত্তৰঃ

Q. 7 | ঔপন্যাসিক হিচাপে অৰুণ শৰ্মাৰ বিষয়ে লিখা।

উত্তৰ ঃ

Q. 8 | 'অসমীয়া উপন্যাসৰ ধাৰা' এই শিতানত এটি আলোচনা যুগুত কৰা।

উত্তৰঃ উপন্যাস সাহিত্য পাশ্চাত্য এবিধ অংগ । 'জোনাকী ' যুগত (১৮৮৯-১৯৪৫)অসমীয়া উপন্যাসৰ আৰম্ভণি হয়।সেই সময়ৰে পৰা আজিলৈ উপন্য়াস সাহিত্যই জনপ্ৰিয়তা লাভ কৰিছে।
            জোনাকী যুগতে  উপন্যাস সাহিত্যৰ চৰ্চা হয় যদিও 'অৰুণোদই' যুগতে ইয়াৰ ক্ষীণ সুত্ৰপাত হৈছি্ল। মিছনেৰীয়ে ছপী কৰা 'অৰুণোদই' সংবাদপত্ৰত অনুদিত উপন্যাস ছপা হৈছিল।১৮৮১ চনত ইংৰাজ লেখক জন ব্য়ানিয়ানৰ 'PILGRIMS PROGRESS' খন অসমীয়া ভাষাত ছেগা-চোৰোকাকৈ প্ৰকাশ হৈছিল ।ইয়াৰ উপৰি 'ফুলমণি আৰু কৰুণা , 'কামিনীকান্ত', 'এলোকেশী বেশ্যাৰ বিষয় ' আৰু 'সুধৰ্মাৰ  উপাখ্যান'ত অসমীয়া পাঠকে 'উপন্যাসৰ সোৱাদ সেৰেকাকৈ হ'লেও পাইছিল। এইবোৰ ঠিক উপন্যাসৰ শাৰীত পেলাব নোৱাৰি,ধৰ্মপ্ৰচাৰৰ কাৰণে একোটা কাহিনী অতি সৰূপত লিখি উলিয়াইছিল মাথোন।
            পদ্মনাথ গোহাঞি বৰুৱাৰ 'ভানুমতী'য়ে আধুনিক অসমীয়া উপন্যাসৰ জম্ম দিয়ে যদিও অসমীয়া উপন্য়াস প্ৰতিষ্ঠা লাভ কৰে ৰজনীকান্ত বৰদলৈ হাতত। পদ্মনাথগোহাঞি বৰুৱা ' লাহৰী'(১৮৮৯)আৰু ভানুমতী ,লক্ষ্মীনাথ বেজবৰুৱা 'পদুমকুঁৱৰী  এই তিনিখনেই বুৰঞ্জী কাহিনীৰ আধাৰত ৰচিত উপন্যাস ।গোহাঞি বৰুৱা আৰু বেজবৰুৱাই পিছলৈ এই চৰ্চা কৰে।
                    ভানুমতী,লাহৰী আৰু পদুমকুঁৱৰীত উপন্যাস হিচাপে ক্ৰটি-বিচ্যুতি আছিল যদিও,এইকেইখন উপন্যাসে অসমীয়া উপন্যাস সাহিত্যৰ আৰম্ভণি কৰে।



Tags :

  • অসমীয়া উপন্যাসৰ ধাৰা
  • অসমীয়া উপন্যাসৰ ধাৰা BA 6th Semester Assamese Major Notes
  • অসমীয়া উপন্যাসৰ ধাৰা Question Answer BA 6th Sem Assamese Major 
  • Gauhati University BA 6th Sem Assamese Major Model Questions Answer
  • GU BA 6th Sem Assamese Major Model Solution
  • ba 6th sem assamese major question paper
  • BA 6th Sem Assamese Major Question Answer
  • ba 4th sem assamese book pdf
  • BA 6th Semester Assamese Major Question Answer Gauhati University
  • BA 6th Semester Assamese Major Book Question Answer