Follow Us:

শোভাযাত্ৰাত নিহতজনৰ কবিতা | Gauhati University BA 4th Sem Assamese Model Questions Answer | BA 4th Sem Assamese Question Answer

LearningPointAssam.com

শোভাযাত্ৰাত নিহতজনৰ কবিতা | Gauhati University BA 4th Sem Assamese Model Questions Answer | GU BA 4th Sem Assamese Model Solution | ba 4th sem assamese question paper | BA 4th Sem Assamese Question Answer | ba 4th sem assamese book pdf

Assamese Notes & Guide to each Unit are provided in the list of UG - CBCS Syllabus. We design all notes according to Guwahati University so that you can easily browse through BA 4th Sem Assamese Question Answer and University Guides and Notes here.

BA 4th Sem Assamese Question Answer

BA Assamese Guide covers all the practice questions of Guwahati University syllabus. BA 4th Sem Assamese Question Answer is given here which ensures smooth and easy understanding of all the concepts.  Understand the concepts behind each unit and score well in board exams.


✒ Gauhati University TDC 1st, 2nd, 3rd, 4th, 5th, 6th Semester-ৰ সকলো বিষয়ৰ প্ৰশ্ন আৰু উত্তৰ || সকলো কিতাপৰ pdf file দিয়া হয় । সকলো বিষয়ৰ প্ৰশ্ন কাকতৰ pdf দিয়া হয় । দ্বাদশ শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণী লৈ সকলো প্ৰশ্ন আৰু উত্তৰ দিয়া হয় । সকলো বিষয়ৰ তথ্য সমূহ Assamese medium & English medium-ত দিয়া হয় । গতিকে আপোনালোকৰ সকলো লৈ LearningPointAssam.com (website)-টো Share কৰি দিব ।

If you got some help then share our website with your friends. Thank you & Visit Again !!!



Chapter — 1 

শোভাযাত্ৰাত নিহতজনৰ কবিতাঃ — ALL Important Question & Answers

GU BA 4th Sem Assamese ASM-CC-4016 Questions & Answer :


CONTENTS 

শোভাযাত্ৰাত নিহতজনৰ কবিতা
Model Question and Answer key






প্ৰশ্নাৱলীঃ

শোভাযাত্ৰাত নিহতজনৰ কবিতাঃ BA 4th Sem Assamese Very Short Question Answer 

অতি চমু প্রশ্ন আৰু উত্তৰঃ Mark — 1

১ | হীৰেন ভট্টাচাৰ্যৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ 18 July 1932 চনত কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম হয় ।

২ | শোভাযাত্ৰাত নিহতজনৰ কবিতাটিৰ কবিজনৰ নাম কি ? 

উত্তৰঃ হীৰেন ভট্টাচার্য ।

৩ | হীৰেন ভট্টাচাৰ্যক মৰমত কি বুলি মতা হয় ?

উত্তৰঃ মৰমতে 'হীৰুদা' বুলি মতা হয় ।

৪ | কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল?

উত্তৰঃ যোৰহাটত ।

5 | হীৰেন ভট্টাচাৰ্যৰ পিতৃ - মাতৃৰ নাম কি ?

উত্তৰঃ পিতৃৰ নাম স্বৰ্গীয় তীৰ্থনাথ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচার্য ।

6 | সুগন্ধি পখিলাৰ কবি বুলি কাক কোৱা হয় ?

উত্তৰঃ হীৰেন ভট্টাচাৰ্যক ।

7 | ‘ লুইত ’ নামৰ আলোচনীখন কোনে সম্পাদনা কৰিছিল ?

উত্তৰঃ কেশৱ মহন্ত ।

8 | ভট্টাচাৰ্যৰ প্ৰথম কবিতা পুথিৰ সংকলনৰ নাম ? 

উত্তৰঃ মোৰ দেশ মোৰ প্ৰেমৰ কবিতা ।

8 | ৰ'দালিৰ কবি বুলি কাক কোৱা হয় ?

উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্যক ৰ'দালিৰ কবি বুলি কোৱা হয় ।

9 | কিমান চনত ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ ১৯৯২ চনত ।

10 | ভট্টাচার্যই সম্পাদনা কৰা আলোচনী এখনৰ নাম লিখা ? 

উত্তৰঃ ‘চিত্রবন’, আৰু  ‘ মনন ’ ।

11 | নিৰ্মলপ্রভা বৰদলৈ প্রথম কবিতা পুথি ?

উত্তৰঃ 'বন ফৰিঙৰ ৰং' |



শোভাযাত্ৰাত নিহতজনৰ কবিতাঃ BA 4th Sem Assamese Short Question Answer 

চমু প্রশ্ন আৰু উত্তৰঃ Mark — 2/3

Q. 1 | হীৰেন ভট্টাচাৰ্যৰ জন্ম কিমান চনত আৰু ক'ত  হৈছিল ?

উত্তৰঃ 18 July 1932 চনৰ যোৰহাটত ।

2 | হীৰেন ভট্টাচাৰ্যৰ পিতৃ - মাতৃৰ নাম ?

উত্তৰঃ পিতৃৰ নাম স্বৰ্গীয় তীৰ্থনাথ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচার্য ।

3 | 'শোভাযাত্রা নিহতৰ কবিতা' কোনখন কবিতা পুথিৰ অন্তৰ্গত ?

উত্তৰঃ সুগন্ধি পখিলাৰ |

4 | হীৰেন ভট্টাচাৰ্যই কেতিয়া আৰু কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে । 

উত্তৰঃ ‘ শইচৰ পথাৰ মানুহ ’ কবিতা পুথিৰ বাবে ১৯৯২ চনত ভট্টাচাৰ্যই সাহিত্য অকাডেমি বঁটা লাভ কৰে । 

5 | কেতিয়া আৰু কোনখন পুথিৰ বাবে ভট্টাচাৰ্যই ‘ ভাৰতীয় ভাষা পৰিষদৰ বজালিনী বঁটা লাভ কৰে ?

উত্তৰঃ ‘ শইচৰ পথাৰ মানুহ ’ কবিতা পুথিৰ বাবে ভট্টাচাৰ্যই এই বঁটা লাভ কৰে ।

6 | হীৰেন ভট্টাচাৰ্যৰ বাংলা ভাষাত ৰচিত দুখন কাব্য - সংকলনৰ নাম লিখা ?

উত্তৰঃ ( i ) জোনাকী মনও অন্যান্য আৰু

( ii ) শস্যেৰ মাঠও অন্যান্য ।



শোভাযাত্ৰাত নিহতজনৰ কবিতাঃ BA 4th Sem Assamese Board Question Answer 

ৰচনাধৰ্মী প্রশ্ন আৰু উত্তৰঃ Mark — 5/10

Q. 1 | কবি হীৰেন ভট্টাচাৰ্যৰ সাহিত্যকৃতিৰ বিষয়ে লিখা ।

উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্য সাম্প্ৰতিক যুগৰ জনপ্রিয় কবি, চিত্রশিল্পী তথ সাহিত্যিক । তেওঁ ‘ হীৰুদা ’ বুলি পৰিচিত । ষাঠিন দশকতে কবি হিচাপে আত্ম-প্ৰকাশ কৰা কবিয়ে মৃত্যুৰ সময়লৈকে কাব চৰ্চা কৰিছিল । ‘ আৱাহন ' আলোচনীত ‘ নিয়ন্ত্ৰণ ’ নামৰ প্ৰথম কবিতাটো প্রকাশ পাইছিল । ' সুগন্ধি পখিলা'ৰ কবিৰূপে পৰিচিত হীৰেন ভট্টাচাৰ্যই ' ৰৌদ্ৰ কামনা ' , ' মোৰ দেশ মোৰ প্ৰেমৰ কবিতা ' , ' বিভিন্ন দিনৰ কবিতা ' ' কবিতাৰ ৰ'দ ' , ' সুগন্ধি পখিলা জোনাকমন ' , ' অনুষংগ ' , ' শইচৰ পথাৰ মানুহ ' , ' ভাল পোৱা বোকামাটি ' , ' ভাল পোৱাৰ দিক্‌চৌ বাটেৰে ' , হীৰেন ভট্টাচাৰ্যৰ কবিতা আদি কবিতা পুথি ৰচনা কৰিছে । ‘ তোমাৰ গান ' নামৰ গীতৰ পুথি আৰু ল'ৰাৰ ধেমালি , আকৌ ধেমালি , ৰৈ ৰৈ ধেমালি আদি শিশু সাহিত্য ৰচনা কৰিছে । কবি হীৰেন ভট্টাচাৰ্যৰ কবিতা ভাৰতৰ বিভিন্ন প্রান্তীয় ভাষা আৰু বিদেশী ভাষালৈ অনুবাদ হৈছে । 1976 চনত ভট্টাচাৰ্যই ' বিভিন্ন দিনৰ কবিতা'ৰ বাবে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা , ১৯৮৫ চনত ' সুগন্ধি পখিলা'ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা , ১৯৮৭ চনত ' ছোভিয়েট দেশ'ৰ বাবে নেহৰু বঁটা , ১৯৯২ চনত ' শইচৰ পথাৰ মানুহৰ বাবে সাহিত্য অকাডেমী বঁটা , ১৯৯৩ চনত উত্তৰ প্ৰদেশৰ হিন্দী সংস্থাৰ সৌহাদ্য সন্মান , ভাৰতীয় ভাষা পৰিষদৰ ' বজালিনী ' সন্মান , ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা , ২০১০ চনত অসম চৰকাৰৰ গণেশ গগৈ সাহিত্য বঁটাৰে সন্মানিত হয় ।



Tags :

  • শোভাযাত্ৰাত নিহতজনৰ কবিতা
  • শোভাযাত্ৰাত নিহতজনৰ কবিতা ba 4th sem assamese 
  • Gauhati University BA 4th Sem Assamese Model Questions Answer
  • GU BA 4th Sem Assamese Model Solution
  • Ba 4th sem assamese question paper
  • BA 4th Sem Assamese Question Answer
  • ba 4th sem assamese book pdf
  • GU BA 4th Sem Assamese Question Answer
  • Gauhati University BA 4th Sem Assamese Question Answer
  • GU TDC 4th Sem Assamese Question Answer
  • GU TDC 4th Sem Assamese Notes
  • GU TDC 4th Sem Assamese Model Solution